Business

LightBlog

Fashion

About Me
Munere veritus fierent cu sed, congue altera mea te, ex clita eripuit evertitur duo. Legendos tractatos honestatis ad mel. Legendos tractatos honestatis ad mel. , click here →

Titulo

প্ৰেম কি…?

প্ৰেম কি বাৰু……??
ক'বা নেকি তুমিয়েই মোক……??
কিয়নো মই আজিও ধৰিৱ পৰা নাই…প্ৰেম কি,
তুমি হয়তু  ভালদৰেই জানা,
প্ৰেমৰ বিষয়ে…
তুমিয়েই জানু মোক কোৱা নাই,,
প্ৰেমৰ নামত কিছু মিছা কথা…
তুমিয়েই জানু দিয়া নাই মোক প্ৰেমৰ নামত মিছা আশা…
নাজানু কিয় জানু বুকুখন কেতিয়াবা বৰকৈ বিষাই  অ""
হয়তু, হ'ব পাৰে তুমাক হেৰুৱাৰ ভয়ত…
কিয়নো আজি,কালি তুমি মোক মিছা ক'বলৈ লৈছা,
আগতে দেখুন তুমি
 যি কৰিলেও মোৰ অনুমতি লৈ হে কৰিছিলা,
মই ভাত নাখালে তুমিও নাখাইছিলা…
 ক'ত হেৰাই গৈছে আগৰ সেই মৰম,ভালপোৱাবোৰ……?
ক'ত হেৰাই গৈছে বিশ্বাস,প্ৰেৰণাবোৰ…?
আজি দেখুন তিনিদিন মানই হ'ল ভালদৰে মোৰ খা-খৱৰো নোলোৱা হ'লা…
ফোন কৰিলেও ভালদৰে কথা নপতা হ'লা,
মোৰ মেচেজ বোৰৰো যেন কোনো গুৰুত্ব নোহোৱা হৈ পৰিছে ক্ৰমে,
মোৰ এনে লাগে…
যেন  তুমি লাহে লাহে মোৰ জীৱনৰ পৰা আতৰি যাৱালৈ লৈছা,,
সকলোবোৰ যেন মিছা মোৰ জীৱনত !
সকলোবোৰ যেন নিচা মোৰ যৌৱনত !
শূন্য বাবেই অভ্যস্ত ,
শূন্যতাক লৈয়ে ব্যস্ত ৷
ফাগুনৰ সৰাপাত
জীৱনৰ কুঁহিপাত
আজি অৰ্থহীন
যেন শেষ হৈ যাব
ভৰিৰ গছকত মোহাৰি সকলোবোৰ ৷
কবি:-মৌচুম গগৈ

No comments

Comments

[getWidget results='3' label='comments' type='list']
Powered by Blogger.