Business

LightBlog

Fashion

About Me
Munere veritus fierent cu sed, congue altera mea te, ex clita eripuit evertitur duo. Legendos tractatos honestatis ad mel. Legendos tractatos honestatis ad mel. , click here →

Titulo

সেন্দুৰ…

তোমাৰ শিৰত সেন্দুৰ আনে দিলে…।
💔💔💔💔💔💔💔💔💔💔💔
যি নহৱ বুলি ভাৱিছিলো অৱশেষত সেয়াই হলগৈ।
আজি প্ৰকৃতিয়ে মোৰ হেতা পৰা মুখ খন দেখি আকৌ এবাৰ সকলোৱে হাঁহিৱলৈ সুযোগ পালে…! হিয়া ওযাৰি কান্দিছো যাতে আজিৰ পৰা আৰু কোনো দিন কান্দিৱ লগা নহয়। মোৰ এই গুপন প্ৰেমিকৰ হৃদয় খন ভাঙি থৈ আনৰ হলগৈ তাই।তুমি মোৰ best friend আছিলা যদিও মই তোমাক লাহে লাহে ভাল পাই পেলাইছিলো… বহুত ভাল পাইছিলো তোমাক।কিন্তু তোমাক মই কোনো দিনেই জানিৱ দিয়া নাছিলো মই,তোমাক মই ভাল পাও বুলি…!সেয়াই মোৰ আতাইতকৈ ডাঙৰ ভুল আছিল। এতিয়া বাৰু কাক লৈ মই কৱিতা লিখিম,কাক লৈ কাহিনী লিখিম…। বুকুখন কিৱা উদং উদং লাগিছে,এনে লাগিছে সকলো যেন শেষ হৈ গ'ল।
আজি মই গুপন প্ৰেমিকে চিৰ দিনৰ বাৱে তোমাৰ পাৰ বিদাই ললো…!
বিবাহিতা জীৱনৰ শুভেচ্ছা জনালোঁ, আগন্তক দিন কেইতা যাতে সুখময় হওক তাৰে কামনাৰে।

                       তোমাৰ গুপন প্ৰেমিক
                           ✍ মৌচুম গগৈ

Click Here and see Beautiful Sms, Quotes, images


No comments

Comments

[getWidget results='3' label='comments' type='list']
Powered by Blogger.